বাৰংবাৰতাবাৰংবাৰতা বিভাজন

বাৰংবাৰতা বহুভুজ (Assamese) [ Roman: ba.rong.ba.ro.ta bo.hu.bhuj]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-09
1. Statistics(Abstract Noun) a frequency curve consisting of connected line segments formed by joining the midpoints of the upper edges of the rectangles in a histogram whose class intervals are of uniform length স্তম্ভলেখ এটাৰ আয়তবোৰ x-অক্ষৰ ওপৰত থকা অনুভূমিক বাহুৰ মধ্যবিন্দুবোৰ সংযোগ কৰি পোৱা বহুভুজটো